Friday, March 24, 2023
HomeAssameseৰঙিয়াৰ বানপীড়িতৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

ৰঙিয়াৰ বানপীড়িতৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

ৰঙিয়াৰ বানপীড়িতৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

১৮ জুন শনিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰঙিয়াৰ ফাতিমা কনভেণ্ট স্কুলত উপস্থিত হৈ চহৰখনৰ ৯৪গৰাকী বানপীড়িতে আশ্ৰয় লৈ থকা সাহায্য শিবিৰ পৰিদৰ্শন কৰে তথা মত বিনিময়ৰ লগতে শিশুসকলকে ধৰি তেওঁলোকৰ অসুবিধাসমূহৰ বিষয়ে বুজ লয় । কামৰূপৰ উপায়ুক্ত আৰু মহকুমাধিপতিক শিবিৰত খাদ্য, খোৱা পানী, চিকিৎসাৰ সেৱা আৰু বিশেষকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাৰ লগতে ক্ৰমাৎ বাঢ়ি অহা পানীৰ প্ৰতি লক্ষ্য ৰাখি, মুখ্যমন্ত্রী ডাঙৰীয়াই তেওঁলোকক তৎপৰতাৰে বানপীড়িত লোকক উদ্ধাৰ কৰি সাহায্য শিবিৰত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
পৰিদৰ্শনকালত মুখ্যমন্ত্রীৰ স’তে বিধায়কদ্বয় শ্ৰীভৱেশ কলিতা আৰু শ্ৰীসুমন হৰিপ্ৰিয়া উপস্থিত থাকে ৷

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments