৭৫ সংখ্যক কান ছবি মহোৎসৱত ভাৰতৰ বাবে এক সুখৱৰ । বলিউড অভিনেত্ৰী দিপিকা পাডুকনে কান ছবি মহোৎসৱত অংশগ্ৰহণ কৰিছিল । এইবাৰ পুনৰ এক সুখৱৰ আহিছে যে এইবেলি কান মহোৎসৱত ভাৰতীয় ছবি ‘ country for honour’ ক মনোনীত কৰা হৈছে । এই খৱৰ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে এইবৰ্ষৰ কান ছবি মহোৎসৱত ভাৰতীয় থিম ‘ ইণ্ডিয়া , দা কন্টেন হ’ব অফ দা ৱৰ্ল্ড ‘ । এই থিমৰ উন্মোচন ১৮ মেত হব । কান ছবি মহোৎসৱ ১৭ মে ৰ পৰা ২৮ মে লৈ চলিব ।
Entertainment Desk , Ne India News