৬৬ দিনলৈ পোহৰ নেদেখা এখন ঠাই !ক’ত এই আশ্চৰ্যকৰ ঘটনা ?

0
103

৬৬ দিনলৈ পোহৰ নেদেখা এখন ঠাই !ক’ত এই আশ্চৰ্যকৰ ঘটনা?

থিৱীত প্ৰায়ে সংঘটিত হৈ থাকে আশ্চযকৰ ঘটনা ।পৃথিৱাৰ ক’ৰৱাত যদি এই সময়ত দিন হৈ আছে, ক’ৰৱাত আকৌ নিশা ।এই বাৰ আন এক পৰিঘটনা হৈছে আলাস্কাত।আলাস্কাৰ ব্যাৰো নামৰ চহৰ খনৰ বাসিন্দাসকলে যোৱা বুধবাৰেই ২০২০ চনৰ অন্তিমটো সূৰ্যোদয় প্ৰত্যক্ষ কৰিছিল।অহা ৬৫ দিনৰ বাবে চহৰ খনত আৰু সূৰ্যোদয় নহয়।
এয়া কোনো প্ৰাকৃতিক পৰিঘটনা নহয়। প্ৰতি বছৰে শীতকীলত এই চহৰ খনত দুমাহৰো বেছি সময় সূৰ্যোদয় নোহোৱাকৈ থাকে।ভৌগলিক অৱস্থানৰ বাবেই চহৰ খনত এনে পৰিঘটনা সংঘটিত হৈ আহিছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here