Sunday, May 28, 2023
HomeAssamese২৮ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী

২৮ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী

এপ্ৰিল মাহৰ ২৮ অসমত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যত উপস্থিত হৈ উদ্বোধন কৰিব অসমৰ ৭ কৰ্কট চিকিৎসালয় । লগতে অন্য ৭ খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডিব্ৰুগড়ত অনুষ্ঠিত হব লগা এখন জনসভাতো অংশগ্ৰহণ কৰিব ।
মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণ কাৰ্যসুচী অনুষ্ঠিত হব লগা ডিব্ৰুগড় জিলাৰ আয়োজনস্থলী পৰিদৰ্শন কৰে । আয়োজনস্থলী পৰিদৰ্শন কৰি সংশ্লিষ্ট সকলো বিযয়াক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

News Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments