২১ জুলাইত EDৰ জেৰা সন্মুখীন হব লাগিব ছোনিয়া গান্ধী
নেচনেল হেৰল্ড মানি লণ্ড্ৰিং গোচৰত জেৰাৰ বাবে ED য়ে নতুন জাননী প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ । ২১ জুলাইত ED ৰ জেৰা সন্মুখীন হব লাগিব ছোনিয়া গান্ধীয়ে । ইয়াৰ পুৰ্বে ২৩ জুনত ছোনিয়া গান্ধীক ED ৰ কাৰ্যলয়ত উপস্থিত হোৱাৰ বাবে ED য়ে জাননী জাৰি কৰিছিল যদিও , কভিডত আক্ৰান্ত হোৱা বাবে ED ৰ কাৰ্যলয়ত উপস্থিত থকাৰ পৰা বিৰত আছিল কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।
National Desk , Ne India News