Friday, March 24, 2023
HomeAssamese১ নং পতিয়া পথাৰৰ পৰা উৎপল দত্ত নামৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ

১ নং পতিয়া পথাৰৰ পৰা উৎপল দত্ত নামৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ

ৰাজ্যত সঘনে সংঘটিত হৈছে নিৰুদ্দেশ হোৱাৰ ঘটনা।

এইবাৰ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ সমীপৰ ১ নং পতীয়া পথাৰৰ নিবাসী উৎপল দত্ত নিৰুদ্দেশ হল।

যোৱা ১৬ তাৰিখে সোমবাৰে দুপৰীয়া ১২ বজাত ঘৰৰ পৰা ওলাই গৈ উভতি অহা নাই উৎপল দত্ত।

ইতিমধ্যে পৰিয়ালৰ লোকে ন পুখুৰী আউট পষ্টত এজাহাৰ দাখিল কৰিছে।

বৰ্তমান লৈ ব্যক্তি গৰাকীৰ কোনো সন্ধান পোৱা নাই।

নিৰুদ্দেশ হোৱা ব্যক্তি গৰাকীৰ যদি কোনোবাই সন্ধান পাই, তেনেহলে ৬০০০৮৬২৫৭১ আৰু ৭০০২৬৩৭৫৮০ নম্বৰত যোগাযোগ কৰিব লৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments