১৫ বছৰ বয়সৰ তলৰ খেলুৱৈয়ে স্থান নাপাব জাতীয় দলত !

0
82

১৫ বছৰ বয়সৰ তলৰ খেলুৱৈয়ে স্থান নাপাব জাতীয় দলত !

আই চি চি য়ে নতুন নিয়ম ঘোষণা কৰিছে আন্ত :ৰাষ্টীয় ত্ৰিকেট খেলা দলসমূহত ১৫ বছৰ বয়সৰ তলৰ খেলুৱৈক স্থান দিয়া নহব জাতীয় দলত। ১৫ বছৰ বয়সৰ তলৰ খেলুৱৈয়ে খেলিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট।আই চি চিৰ নতুন নিয়ম অনুসৰি যিকোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ বাবে খেলুৱৈ গৰাকীৰ বয়স ১৫ বছৰৰ ওপৰত হ’ব লাগিব।আই চি চি য়ে খেলুৱৈসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ বয়সৰ তলৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰিব নোৱাৰে বুলি নতুন নিয়ম প্ৰৱৰ্তন কৰে।

এতিয়াৰে পৰা যিকোনোধৰণৰ পুৰুষ, মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অথবা ১৯ বছৰ অনুৰ্ধ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ হ’লেও ক্ৰিকেটাৰ গৰাকীৰ বয়স ১৫ বছৰৰ অধিক হ’ব লাগিব।
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here