১০আগষ্টৰ পূৰ্বে বজাৰলৈ আহিব ক’ৰনাৰ ভেকচিন

0
241

১০আগষ্টৰ পূৰ্বে বজাৰলৈ আহিব ক’ৰনাৰ ভেকচিন

সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ফলত সমগ্ৰ বিশ্বই ক’ৰনাৰ ভেকচিন প্ৰস্তুতত লাগি আছে তেনে সময়তে ৰাচিয়াই দিছে ভাল খবৰ। ক’ৰনা প্ৰতিষেধক প্ৰস্তুতকৰণত ব্যস্ত ৰাচিয়াৰ এদল বিজ্ঞানীয়ে ঘোষণা কৰিছে যে, বিগত প্ৰায় দুটা সপ্তাহৰ ভিতৰত বিশ্বৰ বজাৰত উপলদ্ধ হব ক’ৰনাৰ ভেকচিন। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সদৰি কৰা মতে, ১০ আগষ্ট বা ইয়াৰ পূৰ্বেই বজাৰলৈ ক’ৰনা ভেকচিন উপলদ্ধ কৰোৱাৰ বাবে ৰাচিয়ান বিজ্ঞানীসকলে চেষ্টা কৰি আছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here