হোৱাটছএপৰ যোগেদি ক্ৰিকেটৰ ট্ৰায়েল দিব যুৱ ক্ৰিকেটাৰে

0
92

হোৱাটছএপৰ যোগেদি ক্ৰিকেটৰ ট্ৰায়েল দিব যুৱ ক্ৰিকেটাৰে

এইবাৰ হোৱাটছএপৰ মাধ্যমেৰে ক্ৰিকেটৰ ট্ৰায়েল দিব বাংলাদেশৰ যুৱ ক্ৰিকেটাৰে কৰনাৰ বাবে বাংলাদেশ ক্ৰিকেট বৰ্ডে ক্ৰিকেটাৰ সকলৰ ট্ৰায়েলৰ বাবে বিশেষ ঘোষণা কৰিছে।যুৱ ক্ৰিকেটাৰ সকলক হোৱাটছএপযোগে ট্ৰায়েল দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে। ক্ৰিকেটাৰ সকলে হোৱাটছএপ যোগে তেওঁলোকৰ ভিডিঅ’ সমূহ বাংলাদেশ ক্ৰিকেট বোৰ্ডলৈ প্ৰাথমিক ট্ৰায়েলৰ বাবে প্ৰেৰণ কৰিব আৰু ইয়াৰ ভিত্তিত তেওঁলোকক পৰৱৰ্তী ট্ৰায়েলৰ বাবে আমন্ত্ৰণ কৰা হ’ব।ক’ৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবেই বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই বিশেষ ব্যৱস্থা কৰিছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here