হিমা দাসে দেখুৱালে মহিলা সৱলীকৰণৰ নিৰ্দশন:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0
814

 

 

হিমা দাসে দেখুৱালে মহিলা সৱলীকৰণৰ নিৰ্দশন:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

News desk ne india হিমা দাসে দেখুৱালে মহিলা সৱলীকৰণৰ নিদৰ্শন ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ স্বৰ্ণ তথা বিশ্ব জয়ী হিমা দাসৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী সোণোৱালে হিমাৰ পিতৃ মাতৃক অভিনন্দন জনায় ৷ লগতে ধিঙৰ খেলপথাৰ,নামঘৰ আৰু পুথিভৰাঁল নতুন ৰূপত গঢ়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে হিমাই ফিনলেণ্ডত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিকছত ৪০০ মিটাৰত স্বৰ্ণ পদক দখল কৰে ৷ ৫১.৪৬ ছেকেণ্ডত ৪০০মিটাৰ দৌৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে হিমাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here