Thursday, March 30, 2023
HomeAssameseহিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তিনিচুকীয়া জিলা সমিতিৰ চেৰমান আলিৰ পুত্তলিকা দাহ 

হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তিনিচুকীয়া জিলা সমিতিৰ চেৰমান আলিৰ পুত্তলিকা দাহ 

হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তিনিচুকীয়া জিলা সমিতিৰ চেৰমান আলিৰ পুত্তলিকা দাহ 

 

সোমবাৰে তিনিচুকীয়াৰ থানা চাৰিআলি ত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তিনিচুকীয়া জিলা সমিতিৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলিৰ পুত্তলিকা দাহ কায্যসূচী ৰূপায়ন কৰে। তিনিচুকীয়াৰ ৰাজপথত জ্বলিল বিধায়ক শ্বেৰমান আলিৰ পুটলিকা । যোৱা ৩১ জুলাই তাৰিখে এটা বৈদ্যুতিন মাধ্যমত জেহাদিৰ সৰ্মথন কৰিবলৈ গৈ দক্ষিণপাত গৃহ শ্ৰমি সত্ৰ ৰ সত্ৰধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক অধ্যক্ষ জনাৰ্দন দেৱগোস্বামীৰ সম্পৰ্কে কৰা তাচ্ছিল্য সূচক মন্তব্যৰ বাবে বিশ্ব হিন্দু মহাসংঘৰ ভাতৃ সংগঠন হিন্দু যুৱ ছাত্ৰ পৰিষদ ,অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে শ্বেৰমান আলিৰ পুটলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।শ্বেৰমান আলিয়ে জেহাদিৰ দালালি বন্ধ কৰক, শ্বেৰমান ,অমিনুল হুচিয়াৰ ,জেহাদী হুচিয়াৰ ,অসমক ইছলামীসস্থান হব নিদিওঁ ,ইত্যাদি শ্লোগানেৰে তিনিচুকীয়াৰ ৰাজপথ উত্তাল কৰে সংগঠন তোৰ নেতা সদস্যসকলে ।শ্বেৰমান আলিক জেহাদিৰ হৈ দালালি বন্ধ কৰিবলৈ সকীয়নী প্ৰদান কৰে পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সূৰ্য ভট্টাচাৰ্যয় কয় যে শ্বেৰমান আমিনুলে পাকে প্ৰকাৰে জেহাদিক সমৰ্থন কৰি আছে । একাংশ গোড়ামি থকা মুছলমান নেতাই এতিয়া জেহাদিৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে ।গতিকে অসমত জেহাদী নিৰ্মূল কৰিবলৈ হলে এইচাম নেতাক কৰায়ক্ত কৰি থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি জেৰা কৰিব লাগে বুলিও চৰকাৰক দাবী জনায় ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments