Wednesday, March 22, 2023
HomeAssameseহিন্দুস্তান পেপাৰ কৰ্প'ৰেচনৰ কাগজ কলৰ কৰ্মচাৰীলৈ বৃত্তীয় সকাহ প্রদান

হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ কাগজ কলৰ কৰ্মচাৰীলৈ বৃত্তীয় সকাহ প্রদান

হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ কাগজ কলৰ কৰ্মচাৰীলৈ বৃত্তীয় সকাহ প্রদান

ইতিমধ্যে বন্ধ হৈ যোৱা হিন্দুস্থান পেপাৰ কৰ্প’ৰেচনৰ অধীনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰাক্তন কৰ্মচাৰী আৰু শ্ৰমিকসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে দেওবাৰে ৮০০ কোটি টকা ব্যয় কৰি তেখেতসকলক বিত্তীয় সকাহ প্ৰদান কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ এই নিৰ্ণায়ক সিদ্ধান্তই ৭৪৮ গৰাকী ঠিকাভিত্তিক শ্ৰমিককে ধৰি কাগজ কল দুটাৰ মুঠ ২,৭১৫ গৰাকী কৰ্মচাৰীয়ে সকাহ লাভ কৰে৷ এওঁলোকৰ মাজৰে এগৰাকী হৈছে নাজমিন চুলতানা৷ ২০২১ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ নাজমিনৰ পিতৃ আব্দুল নুৰৰ মৃত্যু হৈছিল ৷

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments