Saturday, March 18, 2023
HomeAssameseহাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য বৰহাপজানৰ অন্বেষা বৰাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য বৰহাপজানৰ অন্বেষা বৰাৰ

ডুমডুমা ডনবস্ক’ হাইস্কুলৰ ছাত্ৰী অন্বেষা বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰি বৰহাপজানলৈ গৌৰৱ কঢ়িয়াই আনিছে |

তিনিচুকীয়া জিলাৰ বৰহাপজানৰ নিবাসী ক্ষুদ্ৰ চাহ খেতিয়ক চিত্তৰঞ্জন বৰা আৰু শিক্ষয়িত্ৰী ভাৰতী বৰাৰ কন্যা অন্নেষা বৰাই মুঠ ৫৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে |

ইতিমধ্যে ছাত্ৰী গৰাকী বাস গৃহত ডিগবৈ সমষ্টিৰ স্থানীয় বিধায়ক সুৰেন ফুকন উপস্থিত হৈ অন্বেষা বৰাক সম্বৰ্ধনা জনোৱা লগতে শুভেচ্ছা জ্ঞাপন কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments