শনিবাৰে পুৱাতে তিনিচুকীয়াৰ পুৰণি প্ৰকাশ বজাৰ স্থিত শিৱ মন্দিৰ ৰ পৰা বজৰং দলৰ উদ্যোগত এক বৃহৎ মটৰ চাইকেল ৰেলি বাহিৰ কৰা হয় । উক্ত মটৰ চাইকেল ৰেলি ত আদৰ্শ সত্ৰ ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুন মুন দেৱ মহন্ত সত্ৰাধিকাৰ প্ৰভুৱে বন্তি প্ৰজ্বলন কৰাৰ পাছতে উক্ত মটৰ চাইকেল ৰেলিটো সমগ্ৰ তিনিচুকীয়া চহৰখন পৰিভ্ৰমণ কৰে । এই ৰেলিত প্ৰায় দুই শতাধিক বজৰং দলৰ সদস্যই অংশগ্ৰহণ কৰে।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া, Ne India news