সৰ্থেবাৰীত বান সাহায্য চুৰিৰে জড়িত দুই লাট মণ্ডলক নিলম্বিত

9

সৰ্থেবাৰীত বান সাহায্য চুৰিৰে জড়িত দুই লাট মণ্ডলক নিলম্বিত

ৰাইজে জব্দ কৰিছিল চুৰি দাইল আৰু চাপৰ ৷৷
সৰ্থেবাৰী ৰাজহ চক্ৰৰ দুই লাট মণ্ডল কান্তেশ্বৰ ডেকা আৰু অজিত ডেকাক নিলম্বন ৷
চৰকাৰী বান সাহায্য সামগ্ৰী চুৰি কৰৰ অভিযোগত সোমবাৰে সৰ্থেবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লাট মণ্ডল কান্তেশ্বৰ ডেকা আৰু অজিত ডেকাক ৷
আৰক্ষীয়ে দুই লাট মণ্ডলক গ্ৰেপ্তাৰৰ পিচতে বৰপেটা জিলাৰ উপায়ুক্তই এক নিৰ্দেশনাযোগে বান সাহায্য চুৰিৰ অভিযোগত অভিযুক্ত কান্তেশ্বৰ ডেকা আৰু অজিত ডেকাক নিলম্বনৰ কৰে ৷
এখন ই-ৰিক্সাৰে মণ্ডল কান্তেশ্বৰ ডেকাৰ ব্যাসকুছিৰ ঘৰলৈ নি থকা পথত আৰু আনগৰাকী মণ্ডল অজিত ডেকাৰ ঘৰৰ পৰা বান সাহায্যৰ সামগ্ৰীসমুহ জব্দ কৰিছিল ৰাইজে ৷

স্বৰ্ণদ্বীপ ডেকা ,সৰ্থেবাৰী ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here