সৰুপথাৰৰ চুঙাজান ৰেল ষ্টেচনত সন্দেহযুক্ত বাংলাদেশী যুৱক 

0
97

সৰুপথাৰৰ চুঙাজান ৰেল ষ্টেচনত সন্দেহযুক্ত বাংলাদেশী যুৱক 

সৰুপথাৰ চুঙাজানত সন্দেহযুক্ত বাংলাদেশী যুৱক।যুৱক জনৰ নাম – ৰতন চন্দ্ৰ মালো গাঁও দাওতপুৰ, মাঝিপাৰা,থানা- নবাৱগঞ্জ, জিলা- ঢাকা বাংলাদেশ বুলি পৰিচয় দিয়ে |আৰু তেতিয়াই ৰাইজে আৰক্ষীক গতাই দিয়ে। আজিৰ পৰা ছবছৰ পুৰ্বে ভাৰত বাংলাদেশ  সীমান্তৰ ত্ৰিপুৰাৰে দালালৰ সহযোগত অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰিছিল | 
ইয়াৰ পিছত কিছুদিন নগালেণ্ডৰ ডিমাপুৰত পেইন্টাৰৰ কাম কৰাৰ পিছত অসম নগালেণ্ড সীমান্তৰ কাৰ্বিআংলং জিলাৰ লাহৰিজানতো পেইন্টিংৰ কাম কৰি আছিল | আৰু লকডাউনৰ ফলত কামকাজ বন্ধ হৈ পৰাত উপায়ন্তৰ হৈ কাম বিচাৰি ঘুৰিফুৰি চুঙাজানত উপস্থিত হৈছিল যুৱকজন ।      
অদীতি বড়া, গোলাঘাট, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here