Saturday, March 25, 2023
HomeAssameseস্বাস্থ্যৰ অধিক অৱনতি ঘটিছে লালু প্ৰসাদ যাদৱৰ

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে লালু প্ৰসাদ যাদৱৰ

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে লালু প্ৰসাদ যাদৱৰ

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ। উন্নত চিকিৎসাৰ বাবে বুধবাৰে নিশা পাটনাৰ পৰা দিল্লীলৈ লৈ যোৱা হ’য় প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীক। পাটনাৰ পাৰ’ছ হস্পিতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীক বুধবাৰে নিশা এয়াৰ এম্বুলেন্সেৰে দিল্লীৰ এইমছত লৈ যোৱা হ’য়। প্ৰাক্তন মুখ্যমন্ত্রীগৰাকী প্ৰায় ১৫টা ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। প্ৰয়োজন সাপেক্ষে আৰু অধিক উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈও নিয়াৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments