স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত ওলাইছে বস্তাই বস্তাই গুলিৰ খালি কাৰ্টিজ
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ এটা ডেম্পত ওলাইছে বস্তাই বস্তাই গুলিৰ খালি কাৰ্টিজ
ওলাইছে কেইবাজাইও সজীৱ গুলি
নীতি-বৰ্হিভুত ভাবে ডেম্পটোত অবৈধ ভাবে মজুত ৰাখিছিল গুলিৰ কাৰ্টিজ সমূহ
তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ ১৯ বস্তা গুলিৰ কাৰ্টিজ
তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত চলা অভিযানত জব্দ হৈছে গুলিৰ কাৰ্টিজ

ইতিমধ্যে ডেম্পটোৰ স্বতাধিকাৰী বিৰেন্দ্ৰ শ্বাহক আটক আৰক্ষীৰ
সজীৱ গুলিৰ আৰু গুলিৰ খালি কাৰ্টিজ কৰ পৰা আহিল আৰক্ষীয়ে তদন্ত কৰিছে৷
ইয়াৰ ওপৰিও ডেম্পটোত অইলৰ চুৰি সামগ্ৰী চুৰি মটৰ চাইকেল থকাৰ কথাও আৰক্ষী অনুসন্ধানত পোহৰলৈ আহিছে৷