স্বদেশলৈ উভতিল স্বৰ্ণ কন্যা হিমা দাস

0
1217

SPORTS DESK NE INDIA : ১৮ সংখ্যক এছিয়ান গেমছত গৌৰৱজ্বল প্ৰদৰ্শন দেখুৱাই নিজ স্বদেশলৈ উভতিলে স্বৰ্ণ কন্যা হিমা দাস সহ দলটোৰ অন্য সদস্যসকল। ৩ ছেপ্তেম্বৰৰ নিশা জাকাৰ্টাৰ পৰা নতুন দিল্লীত উপস্থিত হয়হি দলটো l সদ্যহতে সংবাদ মাধ্যমৰ পৰা আতৰত থকা দেখা গৈছে স্বৰ্ণ কন্যাগৰাকীক। বৰ্তমান হিমা সহ প্ৰশিক্ষক আৰু একাংশ খেলুৱৈ উপস্থিত আছে দিল্লীস্থিত অশোকা হোটেলত। উল্লেখযোগ্য যে, ৫ ছেপ্তেম্বৰৰ দিনা দলটোক লগ কৰিব প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোডীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here