স্নাতকৰ মহলৰ ষষ্ঠ ষান্মাসিক পৰীক্ষা স্থগিত ৰখা হব নেকি?
স্নাতকৰ মহলৰ ষষ্ঠ ষান্মাসিক পৰীক্ষা, ২৫ জুনত আৰম্ভ হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত, বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পৰীক্ষা ২৫/০৬/২০২২ ৰ পৰা স্থগিত ৰাখি পুনৰ নিৰ্ধাৰণ কৰা হৈছে ২৯/০৬/২০২২ ত ।
News Desk, Ne India News