সোমবাৰৰ পৰা খোলা থাকিব সুৰাৰ বিপণী

0
133

সোমবাৰৰ পৰা খোলা থাকিব সুৰাৰ বিপণী

লকডাউনৰ সময়ত স্তব্ধ হৈ পৰিছে জনজীৱন অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে বন্ধ  দোকান-পোহাৰ কিন্তু এই লকডাউনৰ সময়তে এক বিশেষ নিৰ্দেশনা সোমবাৰৰ পৰা ১৭ এপ্ৰিললৈ খোলা থাকিব সুৰা বিপণী সুৰাপায়ীসকলে ক্ৰয় কৰিব পাৰিব সুৰা।পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব সুৰাৰ বিপণী।শনিবাৰে এই নিৰ্দেশনা জাৰি কৰিছে মেঘালয় চৰকাৰে  ৰাজ্যখনৰ সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ দিছে চৰকাৰে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here