Saturday, March 25, 2023
HomeAssameseসোমবাৰৰ পৰা আৰম্ভ হব সংসদৰ বৰ্ষকালীন অধিবেশন

সোমবাৰৰ পৰা আৰম্ভ হব সংসদৰ বৰ্ষকালীন অধিবেশন

সোমবাৰৰ পৰা আৰম্ভ হব সংসদৰ বৰ্ষকালীন অধিবেশন

সোমবাৰৰ পৰা আৰম্ভ হব সংসদৰ বৰ্ষকালীন অধিবেশন।
সংসদৰ অধিৱেশনৰ আগে আগে লোক সভাৰ সচিবালয়ত অসংবিধানিক আখ্যা দিলে বহু কেইটা শব্দক। এতিয়াৰে পৰা সংসদত প্ৰয়োগ কৰিব নোৱাৰিব কিছুমান বিশেষ শব্দ। ফুলিছ, গদ্দাৰ, হিপক্রেচি, তানাশ্বাহী  শব্দ প্ৰয়োগ কৰিব নোৱাৰিব সদনত। ইয়াৰ উপৰিও ডিছ গ্ৰেছ , অহংকাৰ, কলা বাজাৰী, দোহৰা চৰিত্ৰ, বিশ্বা সংঘাত আদি শব্দক প্ৰয়োগ কৰিব নোৱাৰিব সদনত। ১৮জুলাইত সাংসদ বৰ্ষাকালীন অধিবেশন আৰম্ভ হব আৰু অহা ১২ আগষ্টত এই অধিবেশনত ৰ সামৰণি পৰিব।অহা ১৮ জুলাইত আৰু ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনা কৰা হব। দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে অহা ২৫ জুলাইত সংসদ ভৱনৰ চেন্ট্ৰেল হলত শপত গ্ৰহণ কৰাৰ বিপৰীত নতুন ৰাষ্ট্ৰপতি গৰাকীয়ে ১১আগষ্ট আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ কৰিব।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments