Sunday, December 4, 2022
HomeAssameseসেৱা পষেক উপলক্ষে BJPৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

সেৱা পষেক উপলক্ষে BJPৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

সেৱা পষেক উপলক্ষে BJPৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

সেৱা পষেক উপলক্ষে ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আগ্ৰহত, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত, চিকিৎসা কোষ আৰু অনুসূচিত জাতি মৰ্চা গুইজান মণ্ডলৰ সহযোগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৫নং জগনাথ মন্দিৰত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে ৷

সেৱা পষেক উপলক্ষে BJPৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

উক্ত শিবিৰত SC বৰ্ডৰ সভাপতি ইলু দাস, তিনিচুকীয়া জিলা বিজেপি ৰ সম্পাদক পুলক চেতিয়া, তিনিচুকীয়া যুৱ মৰ্চাৰ সম্পাদক তাপস দাস, তিনিচুকীয়া SC মৰ্চাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, গুইজান মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় দাস, গুইজান মণ্ডল SC মৰ্চাৰ সভানেত্ৰী দিপীকা দাস, বজালতলী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জী ত চৌধুৰীৰ লগতে ভালেসংখ্যক কৰ্মী উপস্থিত থাকে ৷

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments