সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল কপিল দেৱ
সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল কপিল দেৱ।ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম গৰাকী বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱ হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত দিল্লীৰ ওখলা ৰোডত থকা এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভতি কৰিবলগীয়া হৈছিল ।
কপিল দেৱৰ বন্ধু চেতন শৰ্মাই চিকিৎসকৰ সৈতে থকা অৱস্থাত কপিল দেৱৰ এখন ছবি টুইট কৰিছে।
Dr Atul Mathur did Kapil paji angioplasty. He is fine and discharged. Pic of @therealkapildev on time of discharge from hospital. pic.twitter.com/NCV4bux6Ea
— Chetan Sharma (@chetans1987) October 25, 2020
ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ কপিল দেৱে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছিল।
News Desk,Ne India