সীমান্ত সুৰক্ষা বাহিনীত (BSF-2019) পদ খালী
নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ।
পদৰ নাম : লজিষ্টিক অফিচাৰ , সৰঞ্জাম
অপাৰেটৰ / চিনিয়ৰ ষ্টোৰ প্রভিচনিং অফিচাৰ ।
শিক্ষাগত অৰ্হতা : স্নাতক/বি.টেক/বি. ই/এমবিএ / পিজিডিএম, পিজি ডিপ্লোমা ।
পদৰ সংখ্যা : ৫৮
আবেদনৰ তাৰিখ : ৫/৩/২০১৯
আবেদনৰ অন্তিম তাৰিখ : ৩১/১২/২০১৯
নিযুক্তিৰ স্থান : নতুন দিল্লী ,গুৱাহাটী ,ৰাচি, ৰায়পুৰ, আগৰতলা, শ্রীনগৰ ।
অধিক জানিবলৈ যোগাযোগ কৰক ভাৰতীয় সীমান্ত সুৰক্ষা বিভাগৰ ৱেবচাইটত ।