সাগৰৰ বুকুত স্থাপন বিশ্বৰ সবাতকৈ ডাঙৰ বিদ্যুৎ চকৰী

0
801

INTERNATIONAL DESK NE INDIA : ইংলেণ্ডৰ আয়ৰীশ সাগৰৰ উত্তৰ-পশ্চিম দিশত বনোৱা হ’ল বিশ্বৰ সবাতকৈ ডাঙৰ বিদ্যুৎ চকৰী। এই বিদ্যুৎ চকৰীটোৰ ক্ষমতা হ’ল ৬৫৯মেগাৱট। ইয়াৰ দ্বাৰা ৫.৯০লাখ মানুহৰ ঘৰত পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান ধৰিব পৰা যাব। এই প্ৰকল্পটো বৃহস্পতিবাৰে মুকলি কৰি দিয়াৰ লগতে বিদ্যুৎ উৎপাদনৰ কামো আৰম্ভ কৰা হয়। এই প্ৰকল্পৰ সঞ্চালনকাৰী ডেনিশ উৰ্জা কোম্পানী অ’ৰ্চটেডৰ স্বতাধিকাৰীয়ে কয় যে – প্ৰকল্পটো ১৪৫স্কোৱাৰ কিলোমিটাৰ অঞ্চললৈ বিয়পি আছে, যিটো প্ৰায় ২০হাজাৰ ফুটবল পথাৰৰ সমান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here