সলনি হ’ল জিলা সমূহৰ অভিভাৱক মন্ত্ৰী
অসম চৰকাৰে এক জাননী যোগে পহিলা চেপ্তেম্বৰৰ পৰা সলনি কৰিলে ৰাজ্যৰ জিলা সমুহৰ অভিভাৱক মন্ত্ৰী ।
অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে জাৰি কৰা জাননীত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী সলনি কৰি নতুন তালিকা মুকলি কৰে ।

কোনখন জিলাৰ কোন হব অভিভাৱক মন্ত্ৰী
অতুল বৰা -কামৰূপ(ম) আৰু উত্তৰ লখিমপুৰ
ৰঞ্জিত কুমাৰ দাস- বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া
পীয়ূষ হাজৰিকা- শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জ
কেশৱ মহন্ত- মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা
পৰিমল শুক্লবৈদ্য- নগাঁও, হোজাই
অজন্তা নেওগ- যোৰহাট, নলবাৰী
ৰণোজ পেগু- শিৱসাগৰ, মাজুলী, বৰপেটা
অশোক সিংঘাল- কোকৰাঝাৰ, গোৱালপাৰা
জয়ন্তমল্ল বৰুৱা- কাচাৰ, ধুবুৰী, হাইলাকান্দি
চন্দ্ৰমোহন পটোৱাৰী- কামৰূপ, দৰং
যোগেন মোহন- কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমাহাচাও
বিমল বৰা- চৰাইদেউ, ওদালগুৰি,
নন্দিতা গাৰ্লোচা- বাক্সা, বজালী
ঊৰ্খাও গৌৰা ব্ৰহ্ম- চিৰাং, তামুলপুৰ
সঞ্জয় কিষাণ- ধেমাজী
ৰণ্টু বৰশইকীয়া , Ne India News