সলনি হ’ল জিলা সমূহৰ অভিভাৱক মন্ত্ৰী

57
সলনি হ'ল জিলা সমূহৰ অভিভাৱক মন্ত্ৰী
Assam Secretariat

সলনি হ’ল জিলা সমূহৰ অভিভাৱক মন্ত্ৰী

অসম চৰকাৰে এক জাননী যোগে পহিলা চেপ্তেম্বৰৰ পৰা সলনি কৰিলে ৰাজ্যৰ জিলা সমুহৰ অভিভাৱক মন্ত্ৰী ।
অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে জাৰি কৰা জাননীত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী সলনি কৰি নতুন তালিকা মুকলি কৰে ।

সলনি হ'ল জিলা সমূহৰ অভিভাৱক মন্ত্ৰী

কোনখন জিলাৰ কোন হব অভিভাৱক মন্ত্ৰী

অতুল বৰা           -কামৰূপ(ম) আৰু উত্তৰ লখিমপুৰ
ৰঞ্জিত কুমাৰ দাস- বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া
পীয়ূষ হাজৰিকা-    শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জ
কেশৱ মহন্ত-        মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা
পৰিমল শুক্লবৈদ্য-  নগাঁও, হোজাই
অজন্তা নেওগ-      যোৰহাট, নলবাৰী
ৰণোজ পেগু-        শিৱসাগৰ, মাজুলী, বৰপেটা
অশোক সিংঘাল-    কোকৰাঝাৰ, গোৱালপাৰা
জয়ন্তমল্ল বৰুৱা-    কাচাৰ, ধুবুৰী, হাইলাকান্দি
চন্দ্ৰমোহন পটোৱাৰী- কামৰূপ, দৰং
যোগেন মোহন-      কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমাহাচাও
বিমল বৰা-             চৰাইদেউ, ওদালগুৰি,
নন্দিতা গাৰ্লোচা-       বাক্সা, বজালী
ঊৰ্খাও গৌৰা ব্ৰহ্ম-    চিৰাং, তামুলপুৰ
সঞ্জয় কিষাণ-         ধেমাজী

ৰণ্টু বৰশইকীয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here