Friday, March 24, 2023
HomeAssameseসমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো বানে দেখুৱাইছে তাণ্ডৱ

সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো বানে দেখুৱাইছে তাণ্ডৱ

সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো বানে দেখুৱাইছে তাণ্ডৱ । মঙলদৈৰ চহৰৰ মঙলদৈ নদী আৰু বেগা নদীৰ পানীয়ে বুৰাই পেলাইছে চহৰখনৰ কেবাটাও অঞ্চল । মঙলদৈৰ ২ নম্বৰ ৱাৰ্ড বৰ্তমান পানীৰ তলত । মঙলদৈৰ পশু চিকিৎসালয় খনো বুৰাই পেলাইছে বাঢ়নী পানীয়ে । বাঢ়নী পানীয়ে বুৰাই পেলাইছে মঙলদৈ ষ্টেডিয়ামৰ কোটিটকীয়া পেভলিয়ান ।

পংকজ সৰকাৰ , মঙলদৈ , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments