Monday, November 28, 2022
HomeAssameseসদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগ (অবৈতনিক) কৰ্মচাৰী সংস্থাৰ সভা

সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগ (অবৈতনিক) কৰ্মচাৰী সংস্থাৰ সভা

সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগ (অবৈতনিক) কৰ্মচাৰী সংস্থাৰ সভা

বিগত ১৫-২০ বছৰ পূৰ্বে অসম চৰকাৰ ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে গাঁৱে গাঁৱে গৈ বিভিন্ন মানুহৰ মাটি লৈ তাত একো একোটা কৈ পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল আৰু তাৰ বাবদ ভূমি দান কৰা পৰিয়ালৰ এজন লোক ক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল।

কিন্তু যোৱা দহৰ পৰা বিছ বছৰ ৬৫০০ টকাৰ বৰঙণি লাভ কৰা উক্ত কৰ্মচাৰী সকলে কেনেদৰে ইমান কম পৰিমাণৰ ধন ৰাশি লৈ পৰিয়াল পূহ পাল দিব তাৰ বাবে চিন্তিত হৈ পৰিছে।

কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণ কৰা বাবে ৰাজ্য চৰকাৰে বাৰংবাৰ প্ৰতাৰণা কৰাকলৈ সোমবাৰে তিনিচুকীয়া জিলা মাকুমস্থিত যুগল কিশোৰ কেষান স্মৃতি ভৱনত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগ
অবৈতনিক কৰ্মচাৰী সংস্থা তিনিচুকীয়া জিলা সমিতিয়ে এখন সভা অনুষ্ঠিত কৰি অহা ইংৰাজী ২ অক্টোবৰ তাৰিখৰ পৰা ৰাজ্যজুৰি পানী যোগানৰ কৰ্ম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰাৰ সংবাদমাধ্যমৰ আগত ঘোষণা কৰে।

ৰন্টু বৰশইকীয়াৰ, তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments