Wednesday, March 22, 2023
HomeAssameseসদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ১ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় ও তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া আঞ্চলিক সমিতিৰ লগতে বৰডুবি,গুইজান, মাকুম আৰু লাংকাছি বজালনী আঞ্চলিক সমিতিৰ উদ্যোগত,জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবী ১। জনজাতিকৰণ,২। অসমত বাস কৰা আদিবাসী চাহ বাগিছা অধ্যুযিত সমূহৰ ভূমিৰ অধিকাৰ ও আৱন্টন প্ৰদান কৰা,আদি কেইবা দফীয়া দাবী সমূহলৈ মঙলবাৰে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় সন্মুখত ১ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে তিনিচুকীয়া চক্ৰ বিষয়া যোগেদি মুখ্যমন্ত্ৰী ডঃ হিমন্তৰ বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments