সংসদ ভৱনৰ পৰিসৰত নিষিদ্ধ হল ধৰ্ণা , প্ৰদৰ্শন

7

সংসদ ভৱনৰ পৰিসৰত নিষিদ্ধ হল ধৰ্ণা , প্ৰদৰ্শন

অসংসদীয় শব্দৰ তালিকা প্ৰকাশৰ পাছতেই এইবাৰ সংসদ ভৱনৰ পৰিসৰত নিষিদ্ধ কৰা হ’ল ধৰ্ণা প্ৰদৰ্শন। অহা ১৮ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব লৈ গৈ আছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। তাৰে প্ৰাকক্ষণত সংসদ সকললৈ এক বিশেষ পত্র প্ৰেৰণ কৰিছে ৰাজ্যসভাৰ সচিবালয়ে। পত্ৰত উল্লেখ কৰে যে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী, অনশন, ধৰ্ণা প্ৰদৰ্শন কৰিব নোৱাৰিব নিৰোধীয়ে। ইয়াৰ উপৰিও অধিৱেশনৰ প্ৰাকক্ষণত সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰা হৈছে সংসদ ভৱনৰ পৰিসৰত।

News Desk, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here