Thursday, May 25, 2023
HomeAssameseশ্ৰী শ্ৰী মায়ামৰা যুৰীয়া নামঘৰ বজালতলীত বিহু উৰুৱা উৎসৱ

শ্ৰী শ্ৰী মায়ামৰা যুৰীয়া নামঘৰ বজালতলীত বিহু উৰুৱা উৎসৱ

তিনিচুকীয়াৰ বজালতলী স্থিত শ্ৰী শ্ৰী যুৰীয়া নামঘৰত বৃহস্পতিবাৰে শ্ৰী শ্ৰী গোপাল দেৱৰ তিথি তেই বাপতি সাহোন ৰঙালী বিহুৰ ১৫ দিনৰ কাৰ্যসুচী লৈ বৃহস্পতিবাৰে দিনত বিহু উৰুৱা কাৰ্যসুচী লোৱা হয় । বিহুৰ পৰম্পৰাগত নিয়ম নীতি অনুসৰি প্ৰথমে ভাগৱত পাঠ কৰা হয় , তাৰপিচত মাহ প্ৰসাদ বিতৰণ কৰা হয়। মুঠ সাতখন গাঁও একত্ৰিত হৈ বৃহস্পতিবাৰে বিহু উৰুৱা কায্যসূচী সফলৰূপে সমাপ্তি ঘটায় ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments