শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোডীৰ বৈঠক

0
332

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোডীৰ বৈঠক

 শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰ ৰাজপক্ষেৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক।  উক্ত বৈঠকত দুয়োখন দেশৰ সুৰক্ষাৰ দিশ সমূহৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।বৈঠকৰ শেষত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘আজিৰ বৈঠকত শ্ৰীলংকাত সংযুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰো ওপৰি ব্যৱসায় বাণিজ্য ওপৰত আলোচনা কৰা হয়’।

National Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here