শ্ৰীলংকাত নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ ৰণিল বিক্ৰমসিংহেৰ

8

শ্ৰীলংকাত নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ ৰণিল বিক্ৰমসিংহেৰ

জৰুৰীকালীন অৱস্থাৰ মাজতে শ্ৰীলংকাত নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰিলে ৰণিল বিক্ৰমসিংহেৰ। দেশযোৰা প্ৰতিবাদৰ মাজতে নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ ৰণিল বিক্ৰমসিংহেৰ। গোটাবায়া ৰাজাপক্ষেৰ পদত্যাগৰ পাছত কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰিছিল ৰণিল বিক্ৰমসিংহেয়ে। কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ পৰা আজি বুধবাৰে ৰণিল বিক্ৰমসিংহেয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতি হিচাবে নিৰ্বাচিত হ’ল। ইয়াৰ পূৰ্বে ৰণিল বিক্ৰমসিংহে ৬ বাৰকৈ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আছিল। উল্লেখযোগ্য যে ১৯৭৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে সাংসদসকলৰ দ্বাৰা গোপন ভোটাধিকাৰ অনুষ্ঠিত হৈছে।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here