Home English শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক ধেমাজিৰ চিমেন চাপৰি অধিৱেশনৰ লাইখুটা স্থাপন

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক ধেমাজিৰ চিমেন চাপৰি অধিৱেশনৰ লাইখুটা স্থাপন

279
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক ধেমাজিৰ চিমেন চাপৰি অধিৱেশন

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক ধেমাজিৰ চিমেন চাপৰি অধিৱেশনলাইখুটা স্থাপন

অহা ১০,১১ আৰু ১২ ফেব্ৰুৱাৰীত চিমেন চাপৰিত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন।

অধিৱেশনৰ উপলক্ষত আজি স্থাপন কৰা হয় লাইখুঁটা। উদুলি মুদুলি হৈ পৰে ধেমাজিৰ চিমেন চাপৰি চেৰেনপথাৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ।

সংঘৰ জোনাই জিলা শাখাৰ আতিথ্যত আয়োজিত অধিৱেশনৰ লাইখূটা স্থাপনৰ উপলক্ষত পূৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰে সমন্ধয় ক্ষেত্ৰ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক ধেমাজিৰ চিমেন চাপৰি অধিৱেশন

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভকত বৈষ্ণৱৰ আগমন হয়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দহ সহস্ত্ৰাধিক ভকত বৈষ্ণৱৰ হৰিনাম ধ্বনি,দবা-কাহঁৰ শব্দ, মঙ্গল ধ্বনি আৰু আইমাতৃ সকলৰ উৰুলিৰে এক অনন্য পৰিৱেশৰ মাজত স্থাপনৰ কৰা হ’ল পবিত্ৰ লাইখুটা।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here