Wednesday, March 29, 2023
HomeAssameseশ্ৰীকৃষ্ণ জনমভুমি গোচৰ ! আদালতে শুনানীৰ বাবে গ্ৰহণ কৰিলে আবেদন

শ্ৰীকৃষ্ণ জনমভুমি গোচৰ ! আদালতে শুনানীৰ বাবে গ্ৰহণ কৰিলে আবেদন

মথুৰা আদালতে বৃহস্পতিবাৰে এক গুৰুত্বপুৰ্ণ ৰায়দান কৰিলে । অধিবক্তা ৰঞ্জনা অগ্নিহোত্ৰীৰ আবেদন মঞ্জুৰ কৰিলে জিলা ন্যায়লয়ে । অধিবক্তা হৰিশংকৰ জৈন , বিষ্ণুশংকৰ জৈন , ৰঞ্জনা অগ্নিহোত্ৰীয়ে আদালতত আবেদন কৰি শ্ৰীকৃষ্ণ জনমভুমিৰ ১৩.৩৭ একৰ ভুমি মুক্ত কৰা দাবী তুলিছিল । পুৰ্বে নিম্ন আদালতত এই আবেদন খাৰিজ কৰিছিল যদিও বৃহস্পতিবাৰে জিলা আদালতে এই আবেদন শুনানীৰ বাবে মঞ্জুৰ কৰে ।

National desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments