Thursday, March 30, 2023
HomeAssameseশ্বহীদৰ নামত উচৰ্গিত দৰং জিলাৰ দুটি পথ আৰু এটি চ’ক

শ্বহীদৰ নামত উচৰ্গিত দৰং জিলাৰ দুটি পথ আৰু এটি চ’ক

শ্বহীদৰ নামত উচৰ্গিত দৰং জিলাৰ দুটি পথ আৰু এটি চ’ক

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰনালয়ৰ উদ্যোগত শ্বহীদৰ নামত উচৰ্গিত দৰং জিলাৰ দুটি পথ আৰু এটি চ’ক ৷

কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী CRPF আৰু দৰং জিলা প্ৰশাসনৰ যৌথ সহযোগত উচৰ্গিত পথ দুটা ৷

বইনাওজাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় পথ সংযোগী পথটিৰ নাম শ্বহীদ চিপাহী শৈলেন্দ্ৰ ভৰদ্বাজ নামত উচৰ্গিত ৷

মেনাপাৰাৰ পৰা চপাই সংযোগী পথটি শ্বহীদ চিপাহী ধীৰেণ ডেকা নামত উচৰ্গিত ৷

আজি কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী CRPF আৰু দৰং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত উচৰ্গিত পথ দুটা ৷

উল্লেখযোগ্য যে ২০০৮ বৰ্ষত শ্বহীদ শৈলেন্দ্ৰ ভৰদ্বাজ আৰু শ্বহীদ ধীৰেণ ডেকা চত্ৰিছগড়ত নস্কাল পন্থী উগ্ৰপন্থীৰ বিৰুদ্ধে যুদ্ধ কৰি শ্বহীদ হৈছিল ৷

পংকজ সৰকাৰ ,মঙ্গলদৈ ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments