“শুদ্ধ নাগৰিকৰ তালিকাৰে, অবৈধ বিদেশীৰ নাম নথকা এখন সুন্দৰ NRC আশা কৰিছো ” মন্ত্ৰী ভবেশ কলিতা

0
1079

 

“শুদ্ধ নাগৰিকৰ তালিকাৰে, অবৈধ বিদেশীৰ নাম নথকা এখন সুন্দৰ NRC আশা কৰিছো ” মন্ত্ৰী ভবেশ কলিতা
অবৈধ বিদেশী নাগৰিকৰ নাম নথকা , শুদ্ধ নাগৰিকৰ তালিকাৰে এখন সুন্দৰ এন আৰ চি ৰ আশা কৰিছে , জলসিঞ্চন (স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতাই ।
বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিলেও শংকিত হোৱাৰ প্ৰয়োজন নাই । তেওলোকে আবেদন কৰা সুযোগ পাব বুলি কলে মন্ত্ৰী ভৱেশ কলিতাই ।
নাম নথকা সকলক কোনো ধৰণে হাৰাশাস্তি নকৰিবলৈ আহব্বান কৰিলে মন্ত্ৰী ভৱেশ কলিতাই ………

https://youtu.be/PFABXGcWFcY?t=2

বন্দনা শৰ্মা , ৰঙিয়া Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here