Saturday, May 27, 2023
HomeUncategorizedশুক্রবাৰে মহানগৰীত পেট্র'ল বিচাৰি হাহাঁ‌কাৰ গ্ৰাহকৰ

শুক্রবাৰে মহানগৰীত পেট্র’ল বিচাৰি হাহাঁ‌কাৰ গ্ৰাহকৰ

এফালে মুষলধাৰ বৰষুণ আনফালে গাড়ীৰ তেল শেষ হোৱাৰ পাছত মহানগৰীৰ ৰাজপথত গাড়ী ঠেলি ঠেলি চালকৰ দূৰৱস্থা। তৈল কোম্পানীয়ে বঞ্চনা কৰাৰ অভিযোগত মহানগৰীৰ তেল ডিপোৰ মালিক সন্থাই আহ্বান জনোৱা ২৪ ঘন্টাৰ বন্ধৰ ফলত প্রায়বোৰ তেল ডিপো বন্ধ হৈ পৰিছে মহানগৰীত। ফলত মহানগৰীত পেট্র’ল বিচাৰি হাঁ‌হাকাৰ কৰি ফুৰিছে গ্ৰাহকে।

News desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments