Monday, November 28, 2022
HomeAssameseশিৱসেনা নেতা , সাংসদ সঞ্জয় ৰাওতক নিজৰ জিম্মাত ললে ED য়ে

শিৱসেনা নেতা , সাংসদ সঞ্জয় ৰাওতক নিজৰ জিম্মাত ললে ED য়ে

শিৱসেনা নেতা , সাংসদ সঞ্জয় ৰাওতক নিজৰ জিম্মাত ললে ED য়ে

পটৰা চাল ভুমি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা শিৱসেনা(উদ্ধৱ গোট) নেতা , সাংসদ সঞ্জয় ৰাওতক নিজৰ জিম্মাত ললে ED য়ে ।
পুৱা প্ৰায় ৭ বজাৰ পৰা সঞ্জয় ৰাওটৰ বাসগৃহত অভিযান চলাইছিল ED য়ে ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments