শিৱসেনা নেতা , সাংসদ সঞ্জয় ৰাওতক নিজৰ জিম্মাত ললে ED য়ে
পটৰা চাল ভুমি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা শিৱসেনা(উদ্ধৱ গোট) নেতা , সাংসদ সঞ্জয় ৰাওতক নিজৰ জিম্মাত ললে ED য়ে ।
পুৱা প্ৰায় ৭ বজাৰ পৰা সঞ্জয় ৰাওটৰ বাসগৃহত অভিযান চলাইছিল ED য়ে ।
National Desk , Ne India News