Sunday, March 26, 2023
HomeAssameseশিৱসেনা দলৰ পৰা বহিষ্কাৰ একনাথ সিন্ধেক

শিৱসেনা দলৰ পৰা বহিষ্কাৰ একনাথ সিন্ধেক

শিৱসেনা দলৰ পৰা বহিষ্কাৰ একনাথ সিন্ধেক

শিৱসেনাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে একনাথ সিন্ধেক। এক পত্র যোগে এই কথা উল্লেখ কৰিছে উদ্ধৱ থাকৰে।বিসম্বাদত লিপ্ত হোৱা, দলীয় নীতি-নিয়ম আৰু অনুশাসন ভংগৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে একনাথ সিন্ধেক। বিজেপিৰ সৈতে মিলিত হৈ ৩০ জুনত মুখ্যমন্ত্রী ৰূপে মহাৰাষ্ট্ৰৰ শাসনৰ গাদীত অধিষ্ঠিত হৈছিল সিন্ধে। কিন্তু দলৰ নীতি-নিয়ম ভংগ কৰাৰ অভিযোগত ২ জুলাইত দলৰ পৰা বহিষ্কাৰ কৰা হৈছে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্রী একনাথ সিন্ধেক। প্ৰাক্তন মুখ্যমন্ত্রী তথা শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰে একনাথ সিন্ধেলৈ এক পত্ৰ যোগে এই কথা জানিবলৈ দিয়ে। উদ্ধৱ থাকৰেৰ চৰকাৰ ভংগত মুখ্য ভূমিকা পালন কৰিছিল একনাথ সিন্ধেই।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments