শিলচৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

0
87

শিলচৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

শিলচৰত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।বিজেপিৰ বিজয় সংকল্প সমাৰহত উপস্থিত থাকিব নাড্ডা ৷ শিলচৰ আৰক্ষী অনুশীলন পথাৰত অনুষ্টিত হোৱা বিশাল সমাবেশত উপস্থিত হৈছে জে পি নাড্ডা।লগত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল,নেডাৰ আহ্বায়ক হিমন্ত বিশ্বশৰ্মা, সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকিয়া সহ ভালে সংখ্যক৷নেতা বৰাকত স্থাপন কৰা হব কৃষি বিশ্ববিদ্যালয় ৷খুব সোনকালে আৰম্ভ হব কাম ৷ শিলচৰত বিজয় সংকল্প সমাৰহত ঘোষণা মুখ্যমন্ত্ৰীৰ
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here