Sunday, December 4, 2022
HomeAssameseশান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ

শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ

শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ

তিনিচুকীয়া জিলাত এতিয়াৰে পৰা জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা , জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ ।

ইফালে ৰাজহুৱা স্থানত উচ্চ স্বৰত মাইক বজোৱা , ৰাজহুৱা স্থানত লাঠি , অস্ত্ৰ লৈ থকা , জোঁৰ সমদল বাহিৰ কৰা বলপূৰ্বক চাণ্ডা সংগ্ৰহ কৰা আদিৰ ক্ষেত্ৰতো নিশেধাজ্ঞা প্ৰশাসনৰ ।

হেলমেট অবিহনে দুচকীয়া বাহন চলোৱা , বাইকত দুজন বহা , চিটবেল্ট অবিহনে গাড়ী চলোৱা আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰশাসনৰ ।

১৪৪ ধাৰা চলি থকাৰ সময়ত কোনো লোকে ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি অনুসৰি ১৮৮ ধাৰাৰে দণ্ডিত হ’ব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে জিলা দণ্ডাধীশ নাৰছিং পৱাৰৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনা পত্ৰখনত ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments