Thursday, May 25, 2023
HomeAssameseশাকপাচলি বিক্ৰেতাই পাব আৰক্ষীৰ নিযুক্তি পত্ৰ

শাকপাচলি বিক্ৰেতাই পাব আৰক্ষীৰ নিযুক্তি পত্ৰ

মঙলদৈৰ এজন শাকপাচলি বিক্ৰেতাই পাব নিযুক্তি পত্ৰ ৷ আলু পিয়াঁজ বিক্ৰী কৰি চলাইছিল নিজৰ ঘৰ খন ৷

নাম তেওঁৰ সঞ্জীৱ কুমাৰ সাহ ৷

চাকৰি পাই আনন্দিত এই যুৱক জনে ৷

অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছে যুৱকজন ৷

নিজৰ কষ্ট আৰু অধ্যাৱসায় বলত নিযুক্ত হ’বলৈ সক্ষম হ’ল অসম আৰক্ষীৰ চাকৰিত ৷

অসম পুলিচ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছহেজাৰৰ অধিক যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments