শদিয়া অম্বিকাপুৰ শিমলুগুৰি গাঁৱত বিষাক্ত কাঠফুলা খাই শিশু সহ ১২ গৰাকী লোক গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰে ।
আটাইকেই গৰাকীৰ অৱস্থা সংকটজনক ।
প্ৰথমে স্হানীয় ৰাইজে ততাতৈয়াকৈ চপাখোৱাস্হিত শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আটাইকেইগৰাকীকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।
1) বিদ্যা গগৈ -65
2)ৰেণুমাই গগৈ -44
3)ভুৱন বুঢ়াগোহাঁই -38
4) ৰক্ম গগৈ -18
5 )পোনা সোণোৱাল -18
6)অসীম গগৈ -18
7)তিলক কোঁৱৰ -৩০
8)সুৰুজ দিহিঙীয়া -18
9)ভানুমটি গগৈ -24
10)ঋষৱ কোঁৱৰ -5
11)অভিজিত বৰুৱা -18
12 )ডালিমী সোনোৱাল
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News