শদিয়াত উপস্থিত হৈ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই সংবাদ মেল আয়োজন কৰি গহপুৰত শ্বহীদ বেদী বিতৰ্কৰ বাবে ক্ষমা বিছাৰিলে অসম বাসিৰ ওচৰত অনিচ্ছাকৃত ভাৱে সেই ভূল হৈছিল বুলি ৰাইজক সংবাদ মাধ্যমেৰে যোগেদি অৱগত কৰে আৰু অসমবাসীৰ মনত দূখ দিয়া কাম তেওঁ কৰিব নিবিচাৰে এদিন হয়টো মইয়ো শ্বহীদ হৈ যাম প্ৰতিজন শ্বহীদক মই সন্মান কৰো বুলিও কয়।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News