শক্তি বিভাগৰ তিনি বিষয়াক নিলম্বন

0
724
NEWS DESK NE INDIA: জুৰীয়াত বিদুৎ স্পৃষ্ট হৈ ৬ জন লোকৰ মৃত্যুৰ পিছতে শক্তি বিভাগে নিলম্বন কৰিছে ৩ জন বিষয়া কৰ্মচাৰীক ৷ শক্তি বিভাগৰ দায়িত্বত গাফিলতি কৰা বাবে নিলম্বন কৰা হয় SDO পল্লৱ দাস,কৰ্মচাৰী ফখৰুল ইছলাম আৰু এজন কনিষ্ঠ অভিযন্তাক ৷ অন্যহাতে এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে,শক্তি মন্ত্ৰী তথা বিভাগৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে ৷ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শক্তি মন্ত্ৰী তপন গগৈক পদত্যাগ কৰাৰ দাবী কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here