মিৰ্জা লোহাৰঘাটত বন বিভাগৰ অভিযান ৷অভিযানত নটা হাটীৰ দাঁত সহ দুটা চোৰাং ব্যৱসায়ী আটক ৷ পশ্চিম কামৰূপ উপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চল কাৰ্য্যালয় ৰেঞ্জাৰ স্বামিন আখতাৰা নেতৃত্বত চলে এই অভিযান ৷ এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই ওংচুৰ তিনিআলিত ন টা দাঁত সহ দুজন চোৰাং বেপাৰী আটক কৰিবলৈ সক্ষম হয়। বেপাৰী দুজনৰ ঘৰ মেঘালয়ত বুলি জানিব পৰা গৈছে।
মহিদুল ইছলাম ,বকো ,Ne India News