লামডিঙত বিজেপিৰ সংবাদ মেল 

0
1165

 

NE INDIA: দেওবাৰে লামডিংত বিজেপিৰ এক সংবাদমেল আয়োজন কৰিছে ৷ লামডিং টাউন মণ্ডলৰ ফালৰ পৰা আয়োজন কৰে এই সংবাদ মেল ৷ সংবাদ মেল খনৰ উদ্দেশ্য, বিগত কিছু দিন ধৰি লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ মাজত চলি থকা বিতৰ্কক লৈ ৷ লামডিং বিজেপিৰ ফালৰ পৰা জিতেন দত্তক সকীয়াই দিয়ে যে লামডিংখনৰ মাজত বিষ বিষ্পবাজ  বাহিৰৰ পৰা নলগাবলৈ ৷ লামডিং বিধায়কক ছচিয়েল মিডিয়াৰ জড়িয়তে জিতেন দত্তই বিষ্ফোৰক  মন্তব্য দিছিল তাৰ ফলত লামডিং মণ্ডল বিজেপিৰ পৰা লামডিং আৰক্ষী থানাত জিতেন দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি সংবাদমেলত জনায় ৷ লগতে জিতেন দত্তক সকীয়াই  দি কয় যে লামডিঙৰ বিধায়কক যি কোনো অসুবিধা আগোন্তক দিনত হলে তাৰ বাবে জগৰীয়া হ’ব জিতেন দত্ত ৷

https://youtu.be/04TorkGYY7M?t=12


ধীৰাজ দে লামডিং Neindia News

LEAVE A REPLY

Please enter your comment!
Please enter your name here