লামডিং ৰেলৱে পাৰ্কত অনৈতিক কাৰ্য৷ ক্ষোভত ওলাই আহিছে স্থানীয় মহিলা ৷

0
1293

NE INDIA: লামডিঙৰ লোক কলনিস্থিত ৰেলৱেৰ ল’ক পুখুৰি পাৰ্ক কণ কণ শিশু সকলৰ খেলা ধূলাৰলবাবে ৰেলবিভাগে নিৰ্মান কৰিছল । কিন্ত কালক্ৰমত পাৰ্ক খন একাংশৰ অনৈতিক কাৰ্য কলাপৰ স্থা হোৱাৰ বিপৰীতে একাংশৰ বাবে সুৰাপান কৰি গালি গালাজ কৰাৰ ওপৰিও জুৱাৰ আড্ডাৰ স্থানলৈ পৰিবৰ্তন হৈ পৰিছে ৷ যাৰ ফলত ওচৰ চুবুৰিয়া সকলোৰে বাবে আজৰি সময়ত পাৰ্কখনলৈ অলপ ওলাই আহাৰো পথ বন্ধ হৈ পৰিল যাৰ ফলত আজি সন্ধিয়া সকলো স্থানীয় মহিলা ওলাই আহি পাৰ্কত থকা সকলোকে খেদি পথিওৱাৰ বিপৰীতে পাৰ্কৰ ভিতৰত এনে কাম দ্বিতীয়বাৰ নকৰিবলৈ সকিয়াই দিয়ে ৷ লগতে স্থানীয় মহিলাসকলে এখনি স্মাৰক পত্ৰ লামডিং মাণ্ডলিক প্ৰবন্ধক তথা লামডিং প্ৰশাসনকো প্ৰদান কৰে ৷

(ধীৰাজ দে , লামডিং Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here